গোৰাক্ষাট্টাৰীr Ss Ff _oG sS Zm
| এই প্ৰবন্ধটো শেহতীয়াভাৱে এজন নবাগত সদস্যই সৃষ্টি কৰিছে। প্ৰবন্ধটোৰ গুণগত মান উন্নত কৰিবৰ বাবে অধিক সম্পাদনাৰ প্ৰয়োজন আছে, কিন্তু অনুগ্ৰহ কৰি বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখি আৰু ভাল ভাৱ পোষণ কৰি এটা গঠনমূলক পৰামৰ্শ সৃষ্টিকৰ্তা সদস্যজনৰ বাৰ্তা পৃষ্ঠাত প্ৰেৰণ কৰক। এই প্ৰবন্ধ কোনোবা এজন অভিজ্ঞ ৱিকিপিডিয়ানে (প্ৰবন্ধৰ লিখকজনৰ বাহিৰে) নিৰীক্ষণ কৰাৰ পাছত এই সাঁচটো আতৰাই দিব পাৰে। |
গোৰাক্ষাট্তাৰী (Gorakshattary) অসমৰ এখন লুইতপৰীয়া গাওঁ। অসমৰ নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত গোৰাক্ষাট্তাৰী (৩ নং লাৰকুছি) গাঁওখন বাৰেৰহনীয়া সংস্কৃতিৰে অসমীয়া সমাজ জীৱনৰ এক উল্লেখযোগ্য নিদৰ্শন। গাঁওখন কোঁচ, যোগী আৰু ৰবিদাস এই তিনিটা জনজাতিৰে ভৰপুৰ। গাঁওখনত সৰ্বমুঠ এহেজাৰ (১০০০) অৰো অধিক জনসংখ্যা আছে।